Rahana Ahmed vlog
Rahana Ahmed vlog's Channel
 
 
 
 
 
Profile
 
Name
Rahana Ahmed vlog
Description

Subscribers
3.62K
Subscriptions
Friends
Channel Comments
hndekari8011 (3 minutes ago)
পৰিবৰ্তনৰ শ্ল'গান শুনাত মধুৰ। ৰাইজে দেখিছে নহয় তাৰ ফোপোলা স্বৰূপ। নকল টকা, নকল সোণৰ ক'লা বজাৰ ৰাষ্ট্ৰীয় অৰ্থনীতিৰ কাৰণে বিপদজনক। কাজেই, এই দুষ্কাৰ্যৰ লগত জড়িতলোক মাত্ৰেই ৰাষ্ট্ৰদ্ৰোহী। পুলিচ, ৰাজনীতিক বা সাধাৰণ মানুহ যদি এনে গৰ্হিত কামত লিপ্ত আছে তেন্তে, চৰকাৰৰ প্ৰধান দায়িত্বটো হ'ল-- অপৰাধীক বিচাৰি উলিয়াই উচিত বিচাৰ কৰি আইন অনুসৰি শাস্তি দিয়া। মনত ৰাখিব লাগিব যে, উক্ত ক'লাবজাৰৰ বিৰুদ্ধে অভিযান চলাই উপ-পৰিদৰ্শক জোনমণি ৰাভা সাহসিক কৰ্মদক্ষতা প্ৰদৰ্শন কৰি কুবৃত্তিত জড়িতবিলাকৰ মনত ত্ৰাসৰ সৃষ্টি কৰিছিল। সেইবাবে তেও জ্যেষ্ঠ সতীৰ্থৰ ৰোষত পৰিছিল। হাছিনা বেগম নামৰ সচেতন মহিলাগৰাকীয়ে কৰা বিভিন্ন ভাষ্যৰ মাজেদি এই ভয়ানক অথচ গুৰুত্বপূৰ্ণ তথ্যবোৰ প্ৰতিফলিত হৈছে। চিআইডিৰ তদন্তত হাছিনা বেগমক এৰাই চলা যেষ দেখা গৈছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীৰ ভূমিকাতো একেই অবহেলা দেখা গৈছে। কিহবাৰ অদৃশ্য হাতে যেন জোনমণি-কাণ্ডৰ তদন্তত ৰিম'টকন্ট্ৰ'ল ধৰিছে, এনে ভাব হৈছে। জোনমণি ৰাভাৰ মৃত্যু যে এক অস্বাভাবিক ঘটনা, ই যে আত্মহত্যা বা দুৰ্ঘটনা নহয় সেইটো অসমৰ ৰাইজৰ মনত দৃঢ়মূলধাৰণা হৈছে। তাৰ বিপৰিতে, চিআইডিৰ তদন্তই দুৰ্ঘটনা ৰূপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰা যেনেই লাগে।
pakijavlogs4071 (10 minutes ago)
100%right val kotha koise apuni
jintischannel6194 (17 minutes ago)
আজিও তদন্ত হোৱা নাই।এজন এজনকৈ সাৰি গৈ আছে। একদম সত্য যে জানমণি ৰাভা কেচটো গাপ দিব ধৰিছে।
nilakshreejyotirmoyvlog3012 (28 minutes ago)
Like 12
maineesbindassvlogs9196 (32 minutes ago)
Great sharing
MomsSpecialKitchen (46 minutes ago)
Jai Shri Krishna great sharing
naturesnest6553 (51 minutes ago)
4 like,,,Val lagil
bkcarpenter (2 hour ago)
Nice sharing sister
umeshchetiya1340 (1 hour ago)
Very good shareing
julismind6696 (2 hours ago)
Hundar sharing val lagil usit tadotana hobo lage
nityamonigogoi7972 (10 hours ago)
Moja lagil huni
xapunarkitchen (15 hours ago)
Nice sharing
manjurisvlog5038 (18 hours ago)
Lkdn nice sharing dear
papubhagawati5913 (9 hours ago)
কংগ্ৰেছতকৈ ভয়ানক হিমন্ত চৰকাৰ
sdevi8825 (16 hours ago)
Nice sharing...
BhaskarDutta (7 hours ago)
Nice sharing
northeastfoodbyr.b369 (5 hours ago)
Great sharing
userid get finish at: 0.00 clean innertube fetch finish at: 0.30 main response parse finish at: 0.50 getAdditionalSections finish at: 0.90 applyHTML finish at: 3.30